Complaint Help for 1st step....

  • Sarbananda Sonowal Assam CM, Contact Number, Email Id & Office Address - Help for 1st step....
    Mukunda Madhav Borah on 2017-10-02 22:09:18

    হয়তো কাৰোবাৰ ভৰিত ধৰিবলৈ বাকী থাকিল নতুবা মই নাজানো যে emailবোৰৰ উত্তৰ কিয় নাহে।
    ঘৰত গাড়ী কিনিবলৈ টকা আছে কিনতু মোৰ প্ৰতি বিশ্বাস নাই।
    প্ৰথম খন কিতাপ প্ৰকাশ কৰিবলৈ কেইতামান টকা লাগে। আগৰবাৰ আপোনালৈ লিখোতে ঘুৰাই দিম বুলিও কৈচিলো কিন্তু .......
    আচলতে ভূল মোৰেই নিজৰ একো এটা নাই যেতিয়া সকলোকে আব্দুল কালাম বুলি ভাবি লাভ নাই।
    দাদাক আপুনি হেৰুৱালে;দুখ বুজি পাইছো।
    মোৰ দাদাইsuicide ককৰিছিল,ভালেমান বছৰ হল,কিন্তু তাৰ জুইকুৰা এতিয়াও জলি থাকে।।।
    মই ভাবো যে মানুহে নিজক চিনি পাবলৈ শিকিলে হয়তো এইবোৰ নাইকিয়া হব।।।।।।