Complaint চাকৰি বিচাৰি আবেদন

  • Badruddin Ajmal Contact Details, Address, Phone Number, Email ID, Whatsapp Number - চাকৰি বিচাৰি আবেদন
    Arif Hussain on 2021-11-18 23:29:05

    মোৰ বয়স ৩৬ বছৰ।মোৰ যোৱা২০২০চনৰ পৰা ভালকৈ কামৰ সুবিধা পোৱা নাই।মই গুৱাহাটী আয্যবিদ্যাপীঠৰ পৰা কলা শাখাৰ স্নাতক ২০০৭ চনত পাছ কৰিছো।কিন্তু মোৰ কোনো কামৰ সম্ভেদ নোপোৱাৰ বাবে হতাসাত ভোগিছো।অনুগ্ৰহ কৰি মোক সহায় কৰে যেন।মবাইল নং 8011521304