Complaint লাভা মবাইলৰ বিষয়ে

  • Paltan Bazar Lava service Center - লাভা মবাইলৰ বিষয়ে
    samsul haque on 2017-06-26 21:51:41

    দাদা,মোৰ lava iris fuel 50 মবাইলটো আজি দুদিনৰ পৰা touch screenৰ তলত থকা অংশৰ home,back ৰ অংশখিনিয়ে touch কৰিলে কাম নকৰে।এতিয়া মই কি কৰিলে ম‌‌‌‍বাইলটো ঠিক হব ।আপুনি জনাব