Complaint হেপ্প him

  • News Live Assam Contact Number, Office Address, Email & Support - হেপ্প him
    Anjali on 2020-07-04 21:41:20

    ডিব্ৰুগড় ৰ পল্টন বজাৰৰ মূহলৰ গলিত থকা এজন ব্যক্তিক ঘৰৰ মালিকে সোমাব দিয়া নাই, মানুহ জন corona positive ভাবে চিনাক্ত হোৱাৰ পিছত চাগে amc ত coraintine ত আছিল আজি মানুহ জনক amc ৰ পৰা dischagre কৰা পিছত মানুহজন নিজৰ ৰুমলৈ উভতি আহিল doctor ৰ কাগজ পত্ৰ লৈ, তথাপিও মানুহজনক থাকিব দিয়া নাই,
    মানুহজন ব্যখস্ত কিন্তু মানুহ জন
    নিজৰ বস্তু লৈ ৰাতি 9 :30 তো নোখোৱা নেমেলা কে ৰাস্তাত ফুৰিবলৈ বাধ্য হৈছে,
    পুলিচে আহিও একো নকৰিলে
    মানুহজনক এৰি থৈ গল অকলে :)
    প্লিজ হেল্প him প্লিজ